মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam State Warehousing Corporation

আগবঢ়োৱা সেৱাসমূহ

  • অসম ৰাজ্যিক পণ্যাগাৰ নিগম :

    • কৃষিজাত উৎপাদন, সাৰ আৰু অধূসুচিত সামগ্ৰীৰ বিজ্ঞান সন্মত ভাবে সংৰক্ষণ আৰু সংগ্ৰহণৰ সুবিধা আগবঢ়োৱা :
    • সূচাৰু বজাৰ মূল্য / আবলম্বন / স্থিৰ আঁচনি আদি নিৰ্মানত সহায় কৰাৰ লগতে অতিৰিক্ত বজাৰ সামগ্ৰী সমূহৰ কাৰণে অত্যৱশ্যকীয় ঠাইৰ ব্যৱস্থা কৰা ।
    • সন্ধিপত্ৰ প্ৰস্তুত কৰি পণ্যাগাৰৰ ৰচিদৰ বন্ধকৰ বিপৰীতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আঁচনিৰ অধীনত ৰাজ্যৰ কৃষক আৰু ব্যৱসায়ী সকলক ৰাষ্ট্ৰীয়কৃত বেংকৰ জৰিয়তে সুলভ ঋনৰ সুবিধা প্ৰদান কৰা ।
    • সঞ্চালন আৰু পৰিবহণ ব্যৱসায়ৰ ক্ষেত্ৰত উত্তৰাদায়িত্ব লোৱা ।
    • নিমখ আৰু চাহপাতৰ টোপোলাৰ ব্যৱসায়ত উত্তৰাদায়িত্ব লোৱা ।
    • অসম চৰকাৰৰ নিৰ্দেশ অনুসাৰে সমাজ কল্যাণ বিভাগক ধান আৰু শস্যৰ গুটি যোগান ধৰা ।