মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam State Warehousing Corporation

চাহ পাতৰ ব্যৱসায়

  • মৈদামগাঁও কেন্দ্ৰ, বেলতলা, গুৱাহাটী স্থিত চাহপাত পণ্যাগাৰৰ জৰিয়তে অসম ৰাজ্যিক পণ্যাগাৰ নিগমে চাহপাত ব্যৱসায়ৰ সঞ্চালন কৰে । অসম ৰাজ্যিক পণ্যাগাৰ নিগমে গুৱাহাটী চাহ নিলাম সমিতিৰ নিয়ম আৰু বিনিয়ম সমূহ মানি চলে । ভাৰতীয় চাহ ব`ৰ্ডে অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ পণ্যাগাৰত সংগ্ৰহণৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে ।

    বৰ্তমান চলিত অনুজ্ঞা পত্ৰ নং : WL-84 for 81,500 Sq. Ft. আৰু WL-243 for 35,458 Sq. Ft.

    গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ নিয়মানুসাৰে সংগ্ৰহণ মূল্য সমূহ আদায় দিয়া হয় ।

    প্ৰতিবস্তা চাহপাতৰ সংগ্ৰহণ মূল্য প্ৰতিদিনে ৩২`০০ টকা