বাজেট সম্পৰ্কীয় নীতি ২০১৬-১৭
- • ক্ষিপ্ৰ প্ৰগতিৰ কাৰণে অসমত এখন শক্তিশালী আৰু প্ৰাণচঞ্চল সমবায় খণ্ড।
- • বিকশিত হ`বলৈ সক্ষম সমবায় সমিতি গঠন ব্যক্তিগত ব্যৱসায় সংগঠন হিচাবে।
- • শক্তিশালী সমবায় খণ্ড প্ৰতিষ্ঠা।
- • ৰাজ্যৰ উৎকৃষ্ট ফলাফল দেখুৱাব পৰা সমবায় সমিতিক বঁটা প্ৰদান কৰি তেওঁলোকক উদগনি দিয়া হয় ব্যৱসায়ীক কাম-কাজত শ্ৰেষ্ঠতা প্ৰদৰ্শন আৰু নিযুক্তি সৃষ্টিৰ বাবে।
- • আৰ এই ডি এফৰ অধীনত ২৪৪ টা গ্ৰাম্য ভঁড়াল সঁজাৰ পৰিকল্পনা ৫০০০ লক্ষ টকা ব্যয় সাপেক্ষে, ১০০ টা তেনেকুৱা ভঁড়াল সঁজা কাম সম্পূৰ্ণ কৰিব লাগে ২ মাহৰ ভিতৰত।
২০১৬-১৭ বৰ্ষৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হয়। নন প্লেনৰ অধীনত ২০১৬-১৭ বৰ্ষৰ পুঁজি নিৰ্ধাৰণ কৰা হয় সমবায় বিভাগৰ অধীনত অনুমোদন নং ৪৩ ত।