মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam State Warehousing Corporation

বিজ্ঞান সন্মত সংগ্ৰহণ

পণ্যাগাৰ আৰু ৰচদৰ ক্ষেত্ৰখনত সমগ্ৰ অসম জুৰি ৫০ বছৰৰ অভিজ্ঞতাপূৰ্ণ, প্ৰশিক্ষণপ্ৰাপ্ত আৰু উচ্চ অভিজ্ঞতাসম্পন্ন এটা কৰ্মচাৰী দলৰ লগতে বিশেষভাৱে সংগ্ৰহণৰ সুবিধাযুক্ত এটা অগ্ৰণী প্ৰতিষ্ঠান হৈছে অসম ৰাজ্যিক পণ্যাগাৰ নিগম । খাদ্যজাত শস্য, চাহ, সাৰ, চিমেণ্ট, মৰাপাট, উদ্যৌগিক সৰঞ্জাম, বৈদ্যুতিক সামগ্ৰী আৰু অন্য সকলো অধূসুচিত সামগ্ৰীৰ সংগ্ৰহণৰ বাবে নিৰ্মিত এটা বিজ্ঞান সন্মত আধুনিক পণ্যাগাৰ যাৰ সৰ্বমুঠ সংগ্ৰহণৰ ক্ষমতা হৈছে ২.৫ লাখ মেট্ৰিক টন (১৫,০০,০০০ বৰ্গ ফুট) অস্থায়ীভাবে নিৰ্মিত চালিৰে সৈতে। তৰোপৰি ইয়াত মুকলি সংগ্ৰহণৰ ঠাইৰ বাবে পট্টা দিয়াৰ ব্যৱস্থাও আছে ।

সংগ্ৰহণ কেন্দ্ৰ সমূহৰ তালিকা :

মেট্ৰিক টন হিচাপত অ. ৰা. প. নি (এ. এচ. ডব্লিউ. চি) ৰ অধীনস্থ পণ্যাগাৰ সমূহৰ সংগ্ৰহণ ক্ষমতা :

ক্ৰ: নংজিলাৰ নামকেন্দ্ৰৰ নামক্ষমতা মেট্ৰিক টন হিচাপতসৰ্বমুঠ
স্বনিৰ্মিতস্ব-অস্থায়ী চালিভোৰোণীয়া গুদাম
১.কাচাৰশিলচৰ৫৮০০০৪৯৯৪১০৭৯৪
২.কৰিমগঞ্জকৰিমগঞ্জ২৪৫০০০২৪৫০
৩.গোৱালপাৰা গোৱালপাৰা৮৩৫১০০৮৩৫১
লক্ষীপুৰ৪১০০১৭৫০৪২৭৫
বালিজানা২০০০০০২০০০
৪.কোকৰাঝাৰ গোঁসাইগাওঁ২০০০০০২০০০
৫.বঙাইগাওঁবঙাইগাওঁ২২১০০১১২৫০২৩২২৫
৬.বৰপেটাবেন্নীবাৰী০০৯২২৩৯২২৩
৭.কামৰূপৰঙিয়া৫৯৫০০০৫৯৫০
আমিনগাওঁ-১৭৭৬৪০০৭৭৬৪
আমিনগাওঁ-আই. চি. ডি৫০৫০০০৫০৫০
আমিনগাওঁ (টি টি)৯৫০৮০০৯৫০৮
৮.কামৰূপ(মহানগৰ)পঃ বৰাগাওঁ৪৫৮৩০২৫১৬৭০৯৯
মৈদামগাওঁ( জি)১৫১১৩০০১৫১১৩
মৈদামগাওঁ-III১২০৭৭০০১২০৭৭
সাতগাওঁ০০৭৫০৪৭৫০৪
৯.ওদালগুৰিটংলা৩৫০০০০৩৫০০
ওদালগুৰি৩১০০০০৩১০০
১০.দৰংখাৰুপেটীয়া৫২৬০০০৫২৬০
মংগলদৈ০০২০০২০০
১১.শোণিতপুৰতেজপুৰ৫৫০০০০৫৫০০
বি. চাৰিঅলি৪৯৫০০৪৯৫
১২.লক্ষীমপুৰ উত্তৰ লক্ষীমপুৰ৪৮৭৭০০৪৮৭৭
১৩.ধেমাজীগোগামুখ৩০০০০০৩০০০
মাচখোৱা১০১৬০০১০১৬
বৰদলনি১০১৬০০১০১৬
জোনাই৪৬০০০০৪৬০০
চিলাপথাৰ২০০০০০২০০০
১৪.হোজাইহোজাই৭৫২৫০০৭৫২৫
লংকা৫০০০০০৫০০০
যমুনামুখ৪০০০০০৪০০০
১৫.নগাওঁহয়বৰগাওঁ১৩১১৮০০১৩১১৮
ৰহা৪০০০৭৭০০৪৭৭০
ধিং২০০০০০২০০০
১৬.কাৰ্বি অংলংলংঘিন১৫০০০০১৫০০
হাওৰাঘাট৪৫৩২০০৪৫৩২
১৭.গোলাঘাটগোলাঘাট২৫০০০০২৫০০
সৰুপথাৰ২৫০০১৭০০২৬৭০
১৮.শিৱসাগৰশিৱসাগৰ১০১৪০০০১০১৪০
১৯.ডিব্ৰুগৰডিব্ৰুগৰ৫৭৫০১৬০০৫৯১০
২০.তিনিচুকীয়া তিনিচুকীয়া-১৬৮০০০০৬৮০০
তিনিচুকীয়া-২৫৬৮৪০০৫৬৮৪
সাধাৰণ + চাহ কে অন্তৰ্ভূক্ত কৰি পণ্যাগাৰ সমূহৰ সৰ্বমুঠ ক্ষমতা২১৭১৫৯২৪০০২৪৪৩৭২৪৩৯৯৬

সংগ্ৰহণৰ বাবে যোগাযোগৰ ঠিকনা :

শ্ৰী বি. কে. বৰা
প্ৰবন্ধক, সংগ্ৰহণ
ইমেইল আই ডি – aswcghy@gmail.com
যোগাযোগ নং- ৯৮৬৪০৯৬৮১৩