মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam State Warehousing Corporation

সঞ্চালন আৰু পৰিবহন

নামমাত্ৰ উচিত নিৰীক্ষণ হাৰত অসম ৰাজ্যিক পণ্যাগাৰ নিগমে জমাৰ্কতা সকলক সঞ্চালন আৰু পৰিবহণ সুবিধা সমূহ প্ৰদান কৰে । ১৯৯০ চনৰ পৰাই অসম ৰাজ্যিক পণ্যাগাৰ নিগমে সঞ্চালন আৰু পৰিবহণৰ কামসমূহ বিভিন্ন ধৰনৰ সংস্থা যেনে আই এফ চি ও, আই পি এল, ও এন জি চি, জে চি আই, অইল ইণ্ডিয়া লিমিটেড, বি ভি এফ চি এল আদিৰ লগত কৰি আহিছে ।

সঞ্চালন আৰু পৰিবহণৰ মূল্য :

বৰ্তমান চলিত বজাৰ মূল্যৰ ভিত্তিত সঞ্চালন আৰু পৰিবহণৰ মূল্য নিৰ্ধাৰিত হয় ।

সঞ্চালন আৰু পৰিবহণৰ বাবে যোগাযোগৰ ঠিকনা:

শ্ৰী এচ. আহমেদ
প্ৰবন্ধক, বানিজ্য
ই মেইল আই ডি – ahmedsamsuddin@rocketmail.com
যোগাযোগ নং- ০৭০৮৬৯৩১৩৯