মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam State Warehousing Corporation

অভিযান আৰু পৰিকল্পনা

অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ লক্ষ্য আৰু উদ্দেশ্য সমূহ

নিগমৰ মূখ্য উদ্দেশ্য সমূহ :

  • অসমৰ ভিতৰত এনেকুৱা এখন ঠাইত পণ্যাগাৰ আহৰণ আৰু নিৰ্মাণ কৰা য`ত সেই ঠাইৰ মানুহ খিনিক তেওঁলোকৰ কৃষিজাত আৰু অন্য উৎপাদন সমূহ জমা ৰখাত সহায় কৰে
  • কৃষিজাত উৎপাদন, গুটি, সাৰ আদিক বিজ্ঞান সন্মত ভাবে সংগ্ৰহণ আৰু সংৰক্ষণৰ কাৰণে ৰাজ্যত পণ্যাগাৰ সমূহ প্ৰচলন কৰা
  • সকলো ধৰনৰ সংগৃহিত সামগ্ৰী পণ্যাগাৰলৈ আৰু পণ্যাগাৰৰ পৰা অনা নিয়া কৰাৰ সুবিধা যুগুত কৰা
  • (বি) ত উল্লেখিত সকলো কৃষিজাত সামগ্ৰীৰ ক্ৰয়, সংগ্ৰহণ আৰু বিতৰণৰ হেতু চি. ডব্লিউ. চি আৰু চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰা
  • সময়ে সময়ে নিৰ্দ্ধাৰিত কৰিব পৰা অন্য কিছুমান কাৰ্য্য সম্পাদন কৰা
  • ডি. ই. এচ. এচ ((দিচ্ইনফেষ্টেচনচ্ এক্সটেনচন চাৰ্ভিচ্ স্কিম)/ এফ. ই. এচ. এচ (ফাৰ্মাৰ্চ এক্সটেনচন চাৰ্ভিচ্ স্কিম) আদি প্ৰচলন কৰা
  • খেতিয়কৰ দ্বাৰা দুখজনক বিক্ৰীৰ অনুসন্ধান কৰা, নিগমে পণ্যাগাৰৰ ৰচিদৰ বন্ধকৰ বিপৰীতে জমাকৰ্তা সকলক বেংকৰ পৰা আৰ্থিক প্ৰবন্ধ লাভ কৰাত সহায় কৰা ।
 

ইয়াৰ উপৰিও,অসম ৰাজ্যিক পণ্যাগাৰ নিগম চাহ পণ্যগাৰৰ বৃহত্তম সঞ্চালক । এই নিগমে চাহ সংগ্ৰহণ কৰি থকাৰ অৰ্থটো হৈছে জি টি এ চি ৰ অধীনত নিলামীৰ লগে লগে ইয়াৰ অন্তৰ্গত ১২ বছৰ ধৰি আই চি ডি ভৱনযুক্ত বিজ্ঞানসন্মত ভাবে নিৰ্মিত গুদাম সমূহলৈ ৰপ্তানি কৰা ।