মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam State Warehousing Corporation

সঞ্চালক মণ্ডল

এ.এচ. ডব্লিউ. চি ৰ কাৰ্য্য সমূহৰ প্ৰবন্ধন নিহিত কৰা হৈছে পাঁচ জন সঞ্চালক, প্ৰত্যেক জনেই ৰাজ্য চৰকাৰৰ দ্বাৰা মনোনীত আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়োজিত অধ্যক্ষকে অন্তৰ্ভূক্ত কৰি কেন্দ্ৰীয় পণ্যাগাৰ নিগমৰ দ্বাৰা গঠিত সঞ্চালক মণ্ডল (বি ও ডি)ৰ ওপৰত, প্ৰবন্ধ সঞ্চালক জন হৈছে নিগমৰ সঞ্চালক (বি ও ডি)ৰ ১১নং সদস্য আৰু মূখ্য কাৰ্য্যনিৰ্বাহক, দি ৱেৰহাউচিং ক`ৰ্পৰেচন এক্ট, ১৯৬২ ৰ ধাৰা ২০ অনুসৰি সঞ্চালক মণ্ডলে (বি ও ডি) কাম কৰে ৰাজহুৱা স্বাৰ্থজনিত ব্যৱসায় নীতি আৰু ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় পণ্যাগাৰ নিগমৰ নিৰ্দেশনাৰ দ্বাৰা তেওঁলোকৰ ওপৰত ন্যস্ত কৰিব পৰা কিছুমান প্ৰশ্নভিত্তিক অনুদেশৰ আধাৰত।

বি ও ডি / এ এচ ডব্লিউ চি ত উল্লেখিত আইনৰ ধাৰা ২৫ৰ অধীনত গঠন কৰা এখন কাৰ্য্যনিৰ্বাহক কমিটী আছে যিখন গঠিত হৈছে-

  • অধ্যক্ষ, (বি ও ডি)
  • প্ৰবন্ধ সঞ্চালক
  • বি ও ডি ৰ অন্য সদস্য সকলৰ মাজৰ পৰা যথাবিহিত পন্ধতিৰে মনোনীত তিনিজন অন্য সঞ্চালকৰ দ্বাৰা
 

বি ও ডি ৰ অধ্যক্ষ জন কায্যনিৰ্বাহক কমিটী খনৰ অধ্যক্ষ হয় । সময়ে সময়ে বি ও ডি ৰ বিশেষ নিৰ্দেশত হ`ব পৰা যি কোনো প্ৰমূখ বিষয়ত, ৰাজ্যৰ এ এচ ডব্লিউ চি ৰ ক্ষমতাৰ ভিতৰত যি কোনো বিষয় বস্তুৰ সৈতে লেনদেন কৰিবলৈ কায্যনিৰ্বাহক কমিটী খনেই প্ৰকৃত প্ৰাধিকাৰী

সঞ্চালক মণ্ডল, অসম ৰাজ্যিক পণ্যাগাৰ নিগম, ০৯/০৯/২০১৬ তাৰিখত -

শ্ৰী এইচ কে নাৰ্জাৰী, মূখ্য সচিব অসম চৰকাৰ, সমবায় বিভাগ, দিচপুৰ, অধ্যক্ষ বি ও ডি, এ এচ ডব্লিউ চি, গুৱাহাটী ৭৮১০০৫

আয়ুক্ত আৰু সচিব, অসম চৰকাৰ, খাদ্য, অসামৰিক সৰবৰাহ আৰু গ্ৰাহক উপভোক্তা বিভাগ, দিচপুৰ, গুৱাহাটী-৬

অতিৰিক্ত মূখ্য সচিব, অসম চৰকাৰ, চৰকাৰী উদোগ বিভাগ, দিচপুৰ, গুৱাহাটী-৬
(প্ৰতিনিধিত্ব কৰে শ্ৰী পি কে দাস, সঞ্চালক, জি ও এ, পি ই বিভাগ, দিচপুৰ, গুৱাহাটী-৬)

আয়ুক্ত আৰু সচিব, অসম চৰকাৰ, বিত্তীয় বিভাগ, দিচপুৰ, গুৱাহাটী-৬

উপ সচিব (এচ এ আৰু এত এল) গ্ৰাহক উপভোক্তা মন্ত্ৰী, খাদ্য আৰু সাৰ্বজনিক বিতৰণ, ভাৰত চৰকাৰ, নতুন দিল্লী-১১০০০১

মহা প্ৰবন্ধক (প্ৰণালী), কেন্দ্ৰীয় পণ্যাগাৰ নিগম, ৪/১, চিৰি ইনষ্টিটিউচনেল এৰিয়া, আগষ্ট ক্ৰান্তি মাৰ্গ, হজ খাচ, নতুন দিল্লী-১১০০১৬

শ্ৰী শিৱ নাগা (এচ এম), সা- ১৯/৫, ৪ নং মেইন ক্ৰছ মহালক্ষ্মী লে`আউট, বাংগালোৰ-৫৬০০৮৬

শ্ৰী ৰঞ্জিত কুমাৰ বৰকাৰতি, ডিৱাই. মহা প্ৰবন্ধক (এ বি ইউ) ভাৰতীয় ষ্টেট বেংক, স্থানীয় মূখ্য কাৰ্য্যালয়, দিচপুৰ, গুৱাহাটী-৬

শ্ৰীমতী ই. এচ. বৃষোভৰ, ক্ষেত্ৰীয় প্ৰবন্ধক, কেন্দ্ৰীয় পণ্যাগাৰ নিগম, সৰুমটৰীয়া, গুৱাহাটী-৬

শ্ৰী মুনিন্দ্ৰ শৰ্মা, এ. চি. এচ, প্ৰবন্ধ সঞ্চালক, গুৱাহাটী-৫